নেমালঃ ঐ টেটোন ,আজি মই - TopicsExpress



          

নেমালঃ ঐ টেটোন ,আজি মই ৫টকা বচালো । টেটোনঃ কেনেকৈ ? নেমালঃ ভঙাঘড়ৰ পৰা গনেশগুৰিলৈ চিটি বাছৰ পিছত দৈৰিলো । টেটোনঃ তই এটা জধা মুর্খ ,অটো এখনৰ পিছত দৌৰিব লাগিছিল ১০০টকা বচাব পাৰিলি হৈ । টেটোন তামুলি
Posted on: Wed, 25 Sep 2013 11:46:40 +0000

Trending Topics



Recently Viewed Topics




© 2015