# feeling . . # mst_read . 2mint time uliyai pohi sabo...aru - TopicsExpress



          

# feeling . . # mst_read . 2mint time uliyai pohi sabo...aru apunar kenekua anuvo hl kobo ? . . ২ বছৰ লৰা আৰু মাক . . মা : অ চুমু ! ভাত খোৱা লোৱা লৰা : (থুনুকা থুনুক কথাৰে) টিভি ! টিভি ! . মা : ( টিভিটো অন কৰি ) এতিয়া খোৱা মোৰ চুমু । . লৰা : (থুনুকা থুনুক কথাৰে) পাপা ! পাপা ! . মা : নহয় তোমাৰ পাপা ! ভাত খাই লোৱা চোন চুমু । লৰা : পাপা ! পাপা ! . মা : তোমাৰ পাপা টিভিত ওলোৱা হলে আমি ইয়াত থাকিলো হেতেন নে ? . . ২৫ বছৰৰ পাছত যেতিয়া লৰাটো ডাঙৰ মানুহ হল । মাক হস্পিতালত । . . লৰা : ডাক্টৰ ! মাৰ কি হৈছে . ডাক্টৰ : সব ঠিকে আছে এতিয়া , কেৱল ভাত হে নাখায় আৰু দৰৱ লোৱাত অসুবিধা হৈছে । . লৰা : (মাকলৈ লক্ষ্য কৰি ) মা ভাত কিয় নাই খোৱা ? . মা : থুনুকা থুনুক কথাৰে . লৰা : কি কৈছা ? ইমান দামী দৰৱ কিনি আনিছো অথচ তুমি ভাত খোৱা নাই । . মা : থুনুকা থুনুক কথাৰে . লৰা : (খং কৰি) কি কৈছা তুমি বুজা নাই ? আইতা মায়ে কি কৈছে ? . আইতা : (দুখেৰে) কত বুজি পাবা তুমি মাৰৰ কথা ? এতিয়া ডাঙৰ মানুহ হলা । তোমাৰ মনত আছে নে সেই সৰু কালৰ কথা ,যেতিয়া তুমি ভাত নাখাওঁ বুলি জিদ কৰা তথাপিও তোমাক মৰম কৰি কৰি ভাত খোৱাইছিল । যেতিয়া তুমি টিভিত পাপাক দেখি পাপা বুলি চিঞৰি আছিলা তোমাৰ মায়ে সকলো দূখ- বেদনা পাহৰি তোমাক ভাত খোৱাইছিল .তুমি যেতিয়া কথা কব পৰা নাছিলা কিন্তু তোমাৰ মায়ে তোমাৰ সকলো কথা বুজিব পাৰিছিল আৰু সৰু পৰা ডাঙৰ লৈকে পাপা নথকা অনুভৱ কৰিব দিয়া নাছিল আৰু আজি তুমি মাক খং কৰি কথা কৈছা . . তোমাৰ মায়ে কৈছে যে চুমু মোক তুমি মৰমেৰে এবাৰ খোৱাই দিলেই মই ঠিক হৈ যাম . . কত বুজিবা মা কথা ডাঙৰ মানুহ হলা তুমি ডাঙৰ মানুহ #HEAL
Posted on: Sat, 13 Sep 2014 16:10:26 +0000

Trending Topics



Recently Viewed Topics




© 2015