Anuradha নামৰ page খনত যিসকল - TopicsExpress



          

Anuradha নামৰ page খনত যিসকল যুৱতীৰ photo upload হৈছে , তেওঁলোকে যেন like বিচাৰি মোক অনুৰোধ নকৰে.... তাৰ admin জন এজন ভণ্ড মানুহ , যি জাতি মাটিক সন্মান কৰিব নাজানে ! যি আহোম জনগোষ্ঠীৰ মানুহক অসম ধ্বংস কৰা বুলি অপবাদ দিব বিচাৰে । তেনে মানুহৰ paget মোৰ like নাযায় । অৱশ্যে কথাবোৰ মই মিছাতে কৈছো বুলি ভবা সকলে বিচাৰিলে প্ৰমাণ দিবলৈ সাজু আছো ।
Posted on: Fri, 14 Nov 2014 13:44:15 +0000

Trending Topics



Recently Viewed Topics




© 2015