Bermuda Triangle n Black Hole: কেইবছৰ মানৰ - TopicsExpress



          

Bermuda Triangle n Black Hole: কেইবছৰ মানৰ আগতে Bermuda Triangle ৰ ওপৰত exhibition দিছিলো । bermuda triangle (Atlantic ocean) ত ঘটা ঘটনাবোৰৰ কাৰণবোৰ মাত্ৰ অনুমানিক আছিল।নিৰ্দিষ্ট কাৰণ আজিলৈ কোনো scientist এ উলিয়াব পৰা নাই। মানুহৰ প্ৰশ্নৰ উত্তৰ দিওঁতে যদিও অনুমানিক উত্তৰবোৰ দিবলগা হৈছিল তথাপি মই কিছু চিন্তাত ভূগিছিলো -কি কাৰণ থাকিব পাৰে Bermuda Triangle ত জাহাঁজ,উৰাজাহাঁ আদি হেৰাই যোৱাৰ ।যিবোৰ উত্তৰ কিতাপত পাইছিলো সেইবোৰ অনুমানিক তথা প্ৰকৃত সত্য বুলি কব নোৱাৰি-কাৰণ লক্ষনবোৰত পাৰ্থক্য আছিল। তেতিয়াই ব্যক্তিগতভাৱে Black hole ৰ ওপৰত মই অধ্যয়ন কৰি আছিলো।মোৰ মনত তেতিয়াই এটা ভাৱ আহিছিল যে bermuda triangle ৰ ঘটনাবোৰ black hole ৰ সৈতে কিছু মিলে।কিন্তু মই ভৱা নাছিলো মহাকাশত বাসস্হান কৰা এটা বস্তু ভূপৃষ্ঠটো থাকিব পাৰে। কিন্তু আজি বাতৰি কাকত এখনত পালো - scientist সকলে দাবি কৰিছে যে ভূপৃষ্ঠত black hole থকাটো নিশ্চিত। তেন্তে bermuda triangle (atlantic ocean)ত black hole থকাটো নিশ্চিত বুলি মই মই ভাবো। আপোনালোকে কি কয়? ( I am sure, there is a black hole in bermuda triangle)
Posted on: Wed, 25 Sep 2013 12:32:26 +0000

Trending Topics



Recently Viewed Topics




© 2015