>>Biki Bor Gohain ..মা.. মোৰ দূখত - TopicsExpress



          

>>Biki Bor Gohain ..মা.. মোৰ দূখত দূখী মোৰ সুখত সুখী কোন সেই নাৰী? সোঁৱৰনিত ভাঁহিফুৰা শৈশৱ ওলাই আহে তেওঁৰে আঁচলত ধৰি॥ কোনে কঢ়িয়াই দাপোণ স্বচ্ছ সেই হিয়া ? কদাপি নোপোৱা তাত ছলনাৰ ছাঁয়া॥ সেই নাৰী এজোপা বটবৃক্ষ স্নেহ যাৰ ছাঁ। সমুখৰ ফটো ফ্ৰেমত সেয়া মোৰ মা॥
Posted on: Sat, 23 Nov 2013 15:39:51 +0000

Trending Topics



Recently Viewed Topics




© 2015