Copied from the stable of Diganta Kumar - TopicsExpress



          

Copied from the stable of Diganta Kumar Bhattacharya বজাৰত দেখিলোঁ এখন কঁঠালৰ দোকান। পকি থকা কঁঠালৰ কোঁহবোৰ উলিয়াই বিক্ৰী কৰিছে। কাষতে খৰাহী এটাত কঁঠালৰ গুটি ৰাখিছে। মই সুধিলোঁ- এইবোৰ বিক্ৰীৰ কাৰণে? সি কলে- হয়...। প্ৰতি পোৱাত কিবা দাম এটি কলে সি। কঁঠালৰ গুটিৰে খাৰ, পিটিকা -মোৰ প্ৰিয়। পিছে গুটিবোৰ উলিওৱা কেনেকৈ? কাষ্টমাৰবোৰে খাই খাই উলিয়াই থৈ যায়...। মই ভাবিলোঁ কাষ্টমাৰবোৰে বা কেনেকৈ খাইছিল, কেনেকৈ চুহিছিল কোঁহবোৰ, গুটিবোৰত কামোৰ দিছিল নে নাই, কেনেকৈ বা মুখৰপৰা উলিয়াইছিল গুটিবোৰ...! ....কিনা নহল আৰু।
Posted on: Sun, 13 Jul 2014 16:14:51 +0000

Trending Topics



ref="http://www.topicsexpress.com/Global-VC-funding-in-solar-power-up-50-in-Q2-CY13-GLOBAL-topic-379506248817476">Global VC funding in solar power up 50% in Q2 CY13: GLOBAL
tice; it is absolutely beautiful
S. AKAS PRELUDE TO THE NIGERIAN CIVIL WAR I remember watching

Recently Viewed Topics




© 2015