F.B.World আৰু মইঃ F.B.worldত একেবাৰে - TopicsExpress



          

F.B.World আৰু মইঃ F.B.worldত একেবাৰে নতুন , group t new entry...কিন্তু কম দিনতে মোৰ যথেষ্ট ভাল লাগিছে..its wonderful.,i mean amazing!..নিজকে Alice in d wonderland r Alice যেন বোধ হৈছে । Vox populi মোৰ অন্যতম ভাললগা group. বহুজন সদস্য ইয়াত active হৈ থাকে । আমি কাকো personaly .নেজানো..কিন্তু সকলো এটা সমূহ । বিভিন্ন বিষয়ৰ ওপৰত মানুহে লিখা post কৰে ..চিন্তাধাৰাৰ বিভিন্নতা ..ভাল লাগে । বিভিন্ন বিষয়ৰ ওপৰত আমি মত বিনিময় কৰোঁ, তৰ্ক কৰো । like কৰোঁ comment কৰোঁ..মন গলে আকৌ কাৰোবাক directly or indirectly attack কৰি মন্তব্য দিওঁ but,still i like this group.Members have so..matured mentality here.They are inteligent,smart & their thoughts are so up to date..বিশেষকৈ admin ডাঙৰীয়াই যিকোনো সদস্যৰে মত প্রকাশৰ সমান অধিকাৰ আছে বুলি কোৱা কথাটো মোৰ বেছি ভাল লাগিল । হয়,আমি যদি আমাৰ মনত খু-দুৱাই থকা কথাবোৰ কতো কোৱাৰ সুযোগ নেপাওঁ, তেতিয়া অপ্রকাশিত কথাবোৰৰ প্রতিক্রিয়াই আমাৰ মনক উদ্বিগ্ব কৰি ৰাখে । So,..hats-off people! এই কথাখিনি লিখোতে মই বিশেষ চিন্তা নকৰাকৈ লিখিছো ..like কৰক বা নকৰক comment কৰক বা নকৰক ভবা নাই..যি মন যায় ..লিখিছো ..after all now i m also a Bindas member of this group...lasty, 3 cheers to F.B. & 3 cheers to Vox populi...!
Posted on: Sat, 30 Aug 2014 06:27:27 +0000

Trending Topics



Recently Viewed Topics




© 2015