Friends তোমালোকক আজি এটা কথা - TopicsExpress



          

Friends তোমালোকক আজি এটা কথা কম বুলি ভাবিছো ।। কথাটো হয়নে নহয় Comment কৰিবা । আমি 2014 ক বিদায় আৰু 2015 ক আদৰিবলৈ বহুতে বহুত কাৰয্যপন্থা হাতত লৈছিলো । কিন্তু ইমান কৰাৰ পিছতো কিছুমান ক্ষেত্ৰত আমি কিয় পাহৰি যাও যে 2015 Start হল!! উদাহৰন: মই সেইদিনা SBI Bank ৰ Branch ত 200 টকা Deposit কৰিব গৈছিলো । Bank ত থকা মানুহজনে সকলো লিখি মোক Reciept এখন দি কলে যে তোমাৰ Money Deposit হল । মই ঘৰ আহিলো । ঘৰত আহি reciept খন চাই দেখিলো যে - তেও তাৰিখ লিখিছে 02/01/2014.. কথাটো হল তেওঁ কেৱল মোৰ তাতেই 2015 ৰ সলনি 2014 ভুল কৰা নাই সেইদিনা Bank ত যোৱা সকলোৰে তাত ভুলকৈ লিখিছে । আপোনালোকে যাতে যি কোনো ক্ষেত্ৰত তেনেকুৱা ভুল নকৰে,, সেই কাৰনে এইটৌ post কৰিলো.. পাৰিলে share কৰি দিব।
Posted on: Sat, 03 Jan 2015 16:44:17 +0000

Trending Topics



Recently Viewed Topics




© 2015