Girl : দেউতা এটা Important কথা - TopicsExpress



          

Girl : দেউতা এটা Important কথা আছিল Father : কোৱা Girl : মই এটা Lorar প্রমত পৰিছো কিন্তূ সি Americat থাকে * Website ত আমাৰ পৰিচয় হয় * Facebook ত আমাৰ বন্ধুত্ব হয় * Whatsapp ত চ্যাত হয় * Skype ত মোক Propose কৰে * Viber ত দুই মাহ প্রেম কৰি আছো Father : সচাঁকৈ..? তেন্তে.... * Twitter ত বিয়া কৰ * Make my trip ত হনিমুন কৰ * Flipkart ত সন্তান লৈ আন * Gmail দি Received কৰ শেষত Husband ভাল নালাগিলে olx ত sell কৰ ●
Posted on: Thu, 25 Sep 2014 12:20:23 +0000

Trending Topics



Recently Viewed Topics




© 2015