INDIA আৰু BHARAT আমেৰিকাক Englishত - TopicsExpress



          

INDIA আৰু BHARAT আমেৰিকাক Englishত America বুলি কোৱা হয় ৷ জাপানক Englishত Japan বুলি কোৱা হয় ৷ শ্ৰীলংকাক Englishত Sri Lanka বুলি কোৱা হয় ৷ বাংলাদেশক Englishত Bangladesh বুলি কোৱা হয় ৷ কিন্তু আচৰিত কথাটো কি জানেনে ? ভাৰতক ইংৰাজীত INDIA বুলি কোৱা হয় ৷ কিন্তু কিয় ??? Oxford Dictionaryৰ পৃষ্ঠা নং 789 ত লিখা আছে যে Indian শব্দৰ অৰ্থ old-fashioned &criminal peoples ৷ অৰ্থাৎ পিছপৰা আৰু অপৰাধী লোক ৷ ইয়াৰ দ্বাৰা ইয়াকে বুজাইছে যে INDIA হল অসভ্য আৰু অপৰাধী লোকে বাস কৰা দেশ ৷ ভাৰত মাতা তথা ভাৰতীয় সকলক অপমান কৰিবলৈ ইংৰাজে এই নামটো ৰাখিছিল ৷ মই আপোনালোকক অনুৰোধ কৰিছোঁ -- INDIA শব্দৰ ব্যবহাৰ পৰিহাৰ কৰক ৷ ইয়াৰ সলনি ভাৰতক ইংৰাজীত BHARAT আৰু দেশবাসীক ইংৰাজীত Bhartiyan বুলি কওক ৷ যদি আপুনি মোৰ মতক সমৰ্থন কৰে, তেন্তে share কৰিব ৷ Like Comment Share
Posted on: Tue, 09 Sep 2014 04:27:26 +0000

Trending Topics



Recently Viewed Topics




© 2015