Thats why i salute the Bollywood Music director for this great - TopicsExpress



          

Thats why i salute the Bollywood Music director for this great contemporary creation PAISA FEKO TAMASHA DEKHU (CASH...name of the movei starng Ajay devgon) Chit fund gonna SHIT HAPEEN.....everywhere বুলু কাকনো বুলিবা ককা ৷ সকলোৱে দাঢি চুলি পকা ৷ কি ছাত্ৰ নেতা, পুলিচ বিষয়া, বিধায়ক, শিল্পী ইত্যাদি, ইত্যাদি, ইত্যাদি পইচাৰ পিচে পিচে পিচে পিচে একাকাৰ ৷ পইচা দলিয়ালেই চবেই নেজ পেলায় ৷নিউজ চেনেলবোৰ দেখুন আৰু এখুপ চৰা ৷ কোনো নহয় খুদা, পতান ধানৰ গুদা সোনৰ অসম প্ৰগতিৰ পথত জয় আই অসম বোল ৷( তীখৰ)
Posted on: Sat, 30 Aug 2014 05:10:48 +0000

Trending Topics



Recently Viewed Topics




© 2015