jyoti deep কবিতা হেই মোক - TopicsExpress



          

jyoti deep কবিতা হেই মোক জ্বলায় জ্বলায় শেষ কৰি দিয়াঁ.....যাতে মোৰ ইচ্ছা মৃত্যু হয় । জীয়াই থাকিলে এদিন প্ৰেমত পৰি যাবা ... তেতিয়া উচুপি উঠিবা। তোমাতে আৰম্ভণি হোবা আশাবোৰ তোমাৰ অভিমানৰে জ্বলায় দিয়া .... মোক কৰি দিয়া আশাহীন । আশাহীনতাতে এদিন বাধ্য হম নিজক হেৰাবায় দিবলৈ । কিমান নিৰুপায় হৈ মোক আকুবালি লব পৰা নাছিলা.... এবাৰ সুধিলে দুখ পাবা নেকি ? জীবনৰ শেষ দিনা সুধিলে ! আৰো নো কিমান বাকি জীবন শলিতা গুচিৰ .... লাহে লাহে নুমাব ধৰিছে । আহানা ফু মাৰি দিয়া হি ... বৰ কষ্টত আছো জানা ।
Posted on: Tue, 17 Sep 2013 15:59:19 +0000

Trending Topics



Recently Viewed Topics




© 2015