অন্তৰৰ - TopicsExpress



          

অন্তৰৰ বেদনাবোৰ.... কিদৰেনো পাহৰি যাওঁ, অাজি সেই দিনবোৰ... কিদৰেনো মচি পেলাওঁ, মনৰ অভিলাষাবোৰ... স্মৃতিয়ে আহি মোক নিতে কন্দুৱাই, কয়...অতীতক নাযাবা পাহৰি.. কোমল অন্তৰে পালে যেপ্ৰতাৰণা মোৰ, কঢ়িয়াই ফুৰিছো.... অবুজ অসহ্য বেদনাবোৰ......!! >>বিৰিঞ্চি বিকাশ
Posted on: Fri, 26 Jul 2013 06:47:19 +0000

Trending Topics



Recently Viewed Topics




© 2015