অসম চৰকাৰে যদি নগাৰ - TopicsExpress



          

অসম চৰকাৰে যদি নগাৰ বিৰুদ্ধে আন্দোলন কৰিবলৈ ৰঙাজান নুমলিগড আদিত ৰণচন্দী ৰুপ দিয়া সকলক বন্দুক বাৰুদ দি নগাৰ বিৰুদ্ধে যুজিবলৈ পঠালে হেতেন, মোৰ সন্দেহ আছে কেইজন উলাই আহিব ৷ সুবিধাজনক ঠাইত শূন্যত তৰোৱাল ঘূৰাবলৈ ভাল ৷ যুজৰ থলিত ঘূৰাবলৈ টান ৷ হলা গছত বাগী কুঠাৰ মাৰিব সকলোৱে পাৰে ৷ অসমৰ পুলিচ আৰু ৰাইজ কোনো নাযায় নগাৰে যুজিবলৈ ৷ অসমতে তাল ফাল লগাই থাকিব ৷অসমৰ electronic media কেইটাৰ কথা কবই নালাগে ৷ কেইটা চেনেলত উপদ্ৰুত গাও কেইখনৰ ছবি তেওলোকে দেখাব পাৰিছে ৷৷ অসমত পানী ঘোলা কৰাত উস্তাদ কিছুমান আছে ৷
Posted on: Thu, 21 Aug 2014 02:53:55 +0000

Trending Topics



Recently Viewed Topics




© 2015