আমি অসমীয়া মানুহবোৰ ইমান - TopicsExpress



          

আমি অসমীয়া মানুহবোৰ ইমান বুর্বক কিয় ? সময়ে সময়ে অসমীয়া মানুহবোৰক কিছুমান বহিৰা ৰাজ্যৰ লোকে প্ৰলোভেনেৰে ভুৱা প্ৰচাৰ কৰি লুটি লৈ গৈ আছে । বিভিন্ন কলিকতিয়া ফাইনাঞ্চ কোম্পানীয়ে লক্ষধিক টকা লুটি নিছে ,তথাপিতো অসমীয়া সকলে ফাইনাঞ্চ কোম্পানীত টকা থব এৰা নাই । কোনোবা মাৰোৱাৰি ব্যৱসায়িয়ে প্ৰচাৰ কৰি দিলে নিমখৰ নাটনি বুলি । লাগি গল হাল্লা ,চাউল কিনিব এৰি মানুহে নিমখ কিনিলে ।মাৰোৱাৰিৰ গুদামত চাৰি পাচ বছৰে বিক্ৰী নোহোৱা নুন্যতমান নিমখবোৰ গাড়ীয়ে গাড়ী বিক্ৰী হল তাকো অধিক দামত ।আৰু সকলোতকৈ দুখৰ বিষয় ইয়াৰ আট ধৰিছে অসমৰ জনপ্ৰিয় নিউজ চেনেলবোৰে । বন্ধুসকল অকল নিমখেই নহয় চাউল ,ডাইল ,আলু পিয়াজ আদিৰো ক্ৰিটিম নাটনি কৰি অসমীয়া ৰাইজক ঠগাই লুটি আছে কিছুমান ব্যৱসায়িয়ে ।অসমীয়া ৰাইজ নিৰৱে থাকে কিয় ? অসমীয়া ৰাইজৰ মগজুত বুদ্ধি নাই নে দেহত তেজ নাই । কত গল লাচিত বৰফুকনৰ তেজ ,কনকলতাৰ তেজ । আজি স্বদ্ধাৰ ভূপেন দাৰ কথাশাৰি মনত পৰিছে ।আজিৰ অসমীয়া অসমতে মগনীয়া হৱ আৰু বেচি দিন নাই । টেটোন তামুলি
Posted on: Sat, 16 Nov 2013 03:28:03 +0000

Trending Topics



lass="stbody" style="min-height:30px;">
Ebola and Aids conversation!!! Aids: Hey baby girl! Glad to
Marvelous Monday Adoption update! Dogs: Elton (pictured 1st),

Recently Viewed Topics




© 2015