আমাৰ গুৱ|হাটীৰ হাজৰিকা Aunty - TopicsExpress



          

আমাৰ গুৱ|হাটীৰ হাজৰিকা Aunty ৰ কণমানিটোক নামটো সুধিলো সিফালৰ পৰা উত্তৰ আহিল -অ আমাৰ ই এচামিচ নাজানে নহয়,ঈংলিচ মিডিয়ামত পৰ্হা জে চোঙা চাই সোপা দি কলো O really aunty? Then I shouldnt know English as I m from Assamese medium. Last year Hazarika uncle d come here with his kids who r studying in d USA but they can speak nd write Assamese nd English fluently মোৰ ভাব হল তেওঁ একো বুজি নাপালে হবলা নহলে কিবা উত্তৰ দিলেহেতেন
Posted on: Sat, 24 Jan 2015 12:49:56 +0000

Trending Topics



Recently Viewed Topics




© 2015