এডাল আধুনিক অস্ত্ৰ ! যাক - TopicsExpress



          

এডাল আধুনিক অস্ত্ৰ ! যাক সকলোৱে ব্যৱহাৰ নকৰে । মাত্ৰ এচামেই তাক ব্যৱহাৰ কৰিছে আৰু গাইছে জয়ৰ গান যাৰ ব্যৱহাৰৰ বাবেই কাৰোবাৰ জীৱন কোথালিত ভৰি পৰিছে অশান্তি আৰু যন্ত্ৰনাৰ জাৱৰ । যাক ব্যৱহাৰ কৰিয়েই কাঢ়ি লৈছে কাৰোবাৰ জীৱন আৰু জীয়াই থকাৰ ষ্পৃহা । সেই সফল অস্ত্ৰডাল কি জানে! সেইডাল হল বিশ্বাসঘাটকতা !!! হয় আধুনীক জগতত এচামে বিশ্বাসঘাটকতাকেই সফলতাৰ মূল অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিবলে লৈছে !!
Posted on: Thu, 22 Aug 2013 08:56:48 +0000

Trending Topics



Recently Viewed Topics




© 2015