মাথো এবাৰ...
মাথো এবাৰ, বগাব দিয়া
তোমাৰ বুকুৰ গভীৰ গোপন পাহাৰ
কি ঠিক...
হয়তু পাই যাব পাৰো
মোৰ সুখৰ মাধৈমালতিৰ সুৱাস
মাথো এবাৰ...
জুমি চাব দিয়া
তোমাৰ বুকুৰ নিৰ্জন কোঠা
হয়তু ৰাখি থম মোৰ দুহাত
তোমাৰ উমাল দুহাতত চিৰকাল
- - - দেব - - -
Posted on: Fri, 22 Nov 2013 13:31:45 +0000