মোৰ প্ৰথম প্ৰেমৰ মৃত্যুত - TopicsExpress



          

মোৰ প্ৰথম প্ৰেমৰ মৃত্যুত এসময়ত মোৰ হৃদয়খন কুমল আছিল । এতিয়া কিন্তু এজনী ছলনাময়ী নাৰীৰ কঠোৰ প্ৰতাৰনাত গভিৰ দুখাম্বিত হৈ একেবাৰে টান কঠিন হৈ গল । একেবাৰে টন টনীয়া কঠিন লোহাৰ দৰে হল । আজি মোক কোনোবা লোহা পলিটিন কিনা ভঙাচিঙাৱালা এজন প্ৰয়োজন । মই মোৰ কঠিন লোহা ময় হৃদয়খনক বেচি দিম । হয়তো দুপইচা পাম । আৰু এই দুপইচাৰে আজি মই জীৱনৰ প্ৰথম বাৰৰ বাবে মদ খাম । কেৱল তাইৰ বাবে... . . .
Posted on: Tue, 06 Aug 2013 13:11:24 +0000

Recently Viewed Topics




© 2015