লৰা এজনে, মাকৰ বান্ধৱীক - TopicsExpress



          

লৰা এজনে, মাকৰ বান্ধৱীক নিশা ঘৰত থৈ আহিবলৈ গল। বাহিৰত ডবা-পিটা বৰষুণ। মহিলা গৰাকীয়ে কলে…, : বহু ৰাতি হল, তুমি যাব নালাগে। আজি নিশা অপুৰ ৰুমত শুই থাকাগৈ। : নালাগে হব, মই ইয়াতে ছফাত শুই থাকিম। ৰাতিপুৱা সাৰ পাই সি দেখিলে, ধুনীয়া ছোৱালী এজনীয়ে তাক চাহ দিবলৈ আহিছে। সি সুধিলে…, : তোমাৰ নাম কি? : মোৰ নাম অপু…, আপোনাৰ নাম… : মোৰ নাম… . . গাধ…! ((সংগ্ৰহীত)) শ্বেয়াৰ কৰক ණ Udoy Senapoti
Posted on: Thu, 07 Nov 2013 14:21:57 +0000

Trending Topics



Recently Viewed Topics




© 2015