শুপ্ৰভাত - TopicsExpress



          

শুপ্ৰভাত বন্ধুসকল। (কিছু বিশেষ মহান লোকৰ বাবে) মোক হিংসা কৰা মোৰ কিছু বন্ধুহত..... প্ৰথম কথা হল যে মোক হিংসা কৰি আপোনালোকৰ অবাবত সময়হে নষ্ট কৰা হৈছে কাৰণ মোৰ দৰে কাম নাইকিয়া এটাক হিংসা কৰি একো লাভ নাই। তাতকৈ সেইখিনি সময় ভাল কথা কিছুমান ভাবিবলৈ আৰম্ভ কৰক....জীৱনত বহুত আগুৱাই যাব, আমাৰ আশৰীবাদ সদায় লগত থাকিব । আৰু যদি সচাকৈয়ে মোৰ লগত কিবা অসুবিধা আছে তেনেহলে মান- ইজজত নথকাৰ মোক অনুশীলন কৰিবলৈ এৰক। হিংসাকাৰী সকল....আপোনালোক সকলৰ উন্নতি হওঁক তাকেই কামনা কৰিলো।। ধন্যবাদ। _/\_ -feeling shame
Posted on: Sat, 10 Aug 2013 03:06:38 +0000

Trending Topics



Recently Viewed Topics




© 2015