সৰুকে কথা এটা কাণছোৱাই - TopicsExpress



          

সৰুকে কথা এটা কাণছোৱাই থওঁ দেই আপোনালোকক | চবে গম পাইছাহে লক্ষ্যাধিক #GOOGLE A/C হেক হৈ থকাৰ কথা আৰু যিটো অবিৰাম বর্তমানলে আজি কেবাদিনৰ পৰা হৈ আছে | পিছে আৰু এটা আশংকাই দেখা দিছে যে হয়টো #এণ্ডইড_মোবাইলো (Android) হেক হব পাৰে | গতিকে ANDROID মোবাইল ব্যৱহাৰকাৰীসকল হুচিয়াৰ | লগতে নিজৰ নিজৰ মেইল A/C , google a/c বোৰ চেক কৰি থাকক | নহলে কেতিয়া আপোনাৰ A/C হেক হয় কোনো ঠিক নাই |[বর্তমানেওঁ প্রাচ্যৰ দেশবোৰৰ A/C কিছু পৰিমানে সুৰক্ষিত হৈছে আছে]
Posted on: Sat, 13 Sep 2014 07:27:26 +0000

Trending Topics



Recently Viewed Topics




© 2015