31 অক্টোবৰ ★★★★★ আহঁক - TopicsExpress



          

31 অক্টোবৰ ★★★★★ আহঁক আমি এক সংকল্প লওঁ, আমি সকলোৱে এই দিনটোত ইন্টাৰনেট ব্যবহাৰৰ পৰা বিৰত থাকোঁ ৷ ------------------------- মোবাইল কম্পেনীবোৰে কিছুদিন আগতে পুনৰ নেটপেকৰ মূল্য বৃদ্ধি কৰিলে ৷ যিবোৰ পেক আগতে, ₹ 58 ত 2 GB কিছুদিন পিছত ₹ 155 ত 1GB আৰু বৰ্তমান ₹ 155 ত 500 MB . আৰু এটা চিন্তাৰ বিষয় ভেলিডিটি 28 days ( 4 week) 14 days ( 2 week) 7 days ( 1 week) এনেধৰণৰ কৰিলে ৷ এইটো কিয় হৈ আছে ?? কাৰণ আমি সকলোৱে চকু মুদি ইন্টাৰনেট ব্যৱহাৰ কৰোঁ ৷ যাৰ পূৰ্ণ সুযোগ কম্পেণীবোৰে ভালকৈয়ে লৈছে ৷ তেওঁলোকে জানে ভাৰতবাসী শুই আছে, কেতিয়াওঁ মাত নামাতে ৷ এবাৰ ইংলেণ্ডত ব্ৰেডৰ দাম বঢ়োৱাত কেইদিনমানলৈ ইংলেণ্ড বাসীয়ে ব্ৰেড কিনা এৰি দিছিল, যাৰ ফলত বেকাৰীবোৰে পুনৰ দাম কমাবলৈ বাধ্য হৈছিল ৷ সেয়ে আমিওঁ কম্পেনিবোৰৰ বিৰুদ্ধে মাত মাতিবলৈ এটা দিনৰ( 31 অক্টাবৰ) বাবে ইন্টাৰনেট বৰ্জন কৰিব নোৱাৰোনে ??? যাতে কম্পেণীবোৰে বুজি পাওঁক গ্ৰাহকৰ একতা কিমান !! ধৰি ললোঁ, এজন ব্যক্তিয়ে প্ৰতিদিনে নুন্যতম 10 টকাৰ নেট খৰছ কৰে ৷ ভাৰতৰ প্ৰায় 20 কৌটি মানুহে প্ৰতিদিনে নেট ব্যৱহাৰ কৰে ৷ প্ৰতিদিনে কম্পেনীৰ আমদানি ₹ 10 x 20 cr.= 200 cr. আমি যদি এটা দিন নেট বৰ্জন কৰোঁ কম্পেনীবোৰৰ কিমান ঘাটি হব ভাবি চাওঁক ৷ এয়া এক ডাঙৰ ক্ষতি আৰু আমাৰ বাবে ₹ 10 ৰাহি + সময় ৰাহি + এটা দিন পৰিয়ালক প্ৰদান + কম্পেনীসমূহক গ্ৰাহকৰ একতাৰ অনূভৱ ৷ বহুতৰে মনোভাৱ আমি কি কৰিব পাৰোঁ, ইয়ে আমাক মূৰ্খ সজায় ৷ আমি ভাৰতীয়, মূৰ্খ নহয় ৷ একতাই পৰম শক্তি ৷ মাত্ৰ এটা দিন ৷ 31 অক্টোবৰ ৷ সকলোৱে মিলি বৰ্জন কৰোঁ ইন্টাৰনেট ৷ সকলোৱেই এই মেচেজটো 31 অক্টােবৰৰ আগতে গোটেই ভাৰতবৰ্ষৰ জনসাধাৰণলৈ এনেদৰে প্ৰেৰণ কৰক যাতে 31 অক্টোবৰৰ দিনা কোনেওঁ ইন্টাৰনেট ব্যৱহাৰ নকৰে ৷ অনুগ্ৰহ কৰি সকলোৱে facebook,whatsapp ,hike, we chat আদিৰ জৰিয়তে গোটেই ভাৰতত শ্বেয়াৰ কৰক আৰু তেওঁলোককো শ্বেয়াৰ কৰিবলৈ কওঁক ৷ যাতে ই আৰু অধিক শক্তিশালী হৈ উঠে ৷ মনত ৰাখিব আমাৰ একতাই আমাৰ শক্তি ৷ ধন্যবাদ ৷
Posted on: Sat, 11 Oct 2014 04:55:42 +0000

Trending Topics



spending time arguing
Todays workout: We call this concept of training unpredictable
HORE... Pagi yang cerah hari ini kembali menghiasi, kembali
Ideally, this isnt something you want to tell someone over the

Recently Viewed Topics




© 2015