অবাস্তব যেন লাগিলেওঁ - TopicsExpress



          

অবাস্তব যেন লাগিলেওঁ সচাঁ বিষাদ তুমি অকৌ আহিলা কিমান ইতিহাসৰ পাত লুতিয়ালো তোমাৰ ঠিকনা বিচাৰি নাপালো কিন্তু আজি কিহৰ বাবে ধৰা দিলা মোৰ দুচকুত খণ্টেকীয়া সান্তনা দিবলৈ কিয় ? কিয় খোমাইচা মোৰ বুকুত চিৰ দিনৰ বাবে॥॥ . . শুভ ৰাত্রি দাদা বাইদেউ সকল॥॥
Posted on: Sun, 06 Oct 2013 16:01:41 +0000

Trending Topics



Recently Viewed Topics




© 2015